Bishnu Prasad Rava’s letter to Hemanga Biswas

No Comments Share:
Bishnuprasad Rabha's letter to Hemanga Biswas

প্ৰিয় হেমাঙ্গ, ৰাইজৰ হিয়া কোঁহৰ পৰা সুন্দৰৰ টোপালবোৰ বুটলি আনি তোমাৰ মন-কোঁহত ভৰাই লৈ সেই মন কোঁহকে ধুনীয়া ৰহ-ঘৰা মৌ-কোঁহ সাজি সেই অফুৰন্ত ভঁৰাল মৌকোঁহৰ পৰা তুমি অজস্ৰ ধাৰা ৰহৰ নিগৰি নিগৰি উলিয়াই ৰাইজকে বিলাই অসংখ্য ৰাইজৰ শুভাশিস লভি নিজৰ জীৱন ধন্য কৰিছা আৰু লগে লগে নিজৰ সকলো কৃতজ্ঞতাস্বৰূপে ৰাইজক দি সেই মহান ভাস্কৰ মহা জনতাৰ দ্বাৰা এজন মহান শিল্পী হিচাবে ৰূপায়িত হৈ আজি ৰাইজৰ খিয়াতি লভিছা। আয়ু বৃদ্ধিৰ লগে লগে শিল্পী হিচাবে তোমাৰ জীৱনো সমুজ্জ্বল হৈ তোমাৰ খিয়াতিও বৃদ্ধি হওঁক, এয়ে মোৰ আন্তৰিক কামনা। – বিষ্ণুপ্ৰসাদ ৰাভা

Previous Article

The Lyrical Journey of Lakshyaheera Das 

Next Article

Meghmukti মেঘমুক্তি (1979)

You may also like

Leave a Reply

Your email address will not be published. Required fields are marked *